Subscribe
URL of the page has been copied to clipboard.
Meaning : যি জানিবলৈ ইচ্ছা কৰে বা জিজ্ঞাস কৰে
Example : সৎসংগত সন্তজনে জিজ্ঞাসুসকলৰ প্রশ্নৰ উত্তৰ বৰ আগ্রহেৰে দি আছিল
Synonyms : অনুসন্ধিৎসু, কুতুহলী, কৌতূহলী, জিজ্ঞাসু
Meaning : যিজনে জানিবলৈ ইচ্ছা প্রকাশ কৰে
Example : শিক্ষাগুৰুৱে আনন্দ মনেৰে উৎসুক শিক্ষার্থীসকলৰ প্রশ্নৰ উত্তৰ দি আছিল
Synonyms : জিজ্ঞাসু
Meaning : যাৰ মনত কোনো তীব্র অভিলাষ থাকে বা যি কোনো কাম বা কথাৰ বাবে অধীৰ হৈ থাকে
Example : চিনেমা চাবলৈ উৎসুক লʼৰা-ছোৱালীহঁত সোনকালে ওলোৱা
Install App