Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উৎপতীয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

উৎপতীয়া   বিশেষ্য

Meaning : কোনো কাম আদিত খৰ-খেদা কৰা ব্যক্তি

Example : এটা উৎপতীয়াৰ কাৰণে এই কামটো বেয়া হৈ গʼল

Synonyms : খটখটীয়া, চতফতীয়া, চতবতীয়া

উৎপতীয়া   বিশেষণ

Meaning : যিজনে বৰ উৎপাত কৰে

Example : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে

Synonyms : খটাসুৰ, দুষ্ট, বদমাচ

Meaning : যি উপদ্রৱ কৰে

Example : তেওঁ এজন ্উৎপতীয়া ব্যক্তি

Synonyms : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, বদমাচ