Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উৎকণ্ঠা from অসমীয়া dictionary with examples, synonyms and antonyms.

উৎকণ্ঠা   বিশেষ্য

Meaning : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব

Example : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই

Synonyms : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা

Meaning : আতুৰ হোৱা অৱস্থা

Example : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে

Synonyms : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা

Meaning : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা

Example : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে

Synonyms : উৎসুকতা, কৌতূহল, জিজ্ঞাসা