Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উষ্ণতা from অসমীয়া dictionary with examples, synonyms and antonyms.

উষ্ণতা   বিশেষ্য

Meaning : উষ্ণ হোৱা অৱস্থা বা ভাব

Example : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়

Synonyms : উত্তাপ, উমাজাল, তাপ

Meaning : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে

Example :

Synonyms : উত্তাপ, উমাজাল, উষ্ণত্ব, তাপ

Meaning : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়

Example : তেওঁ ইষদোষ্ণতাত ভুগিছে

Synonyms : ইষদোষ্ণতা, উত্তাপ