Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উলিওৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

উলিওৱা   ক্ৰিয়া

Meaning : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা

Example : তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে

Meaning : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

Example : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

Synonyms : কঢ়া, বঢ়া

Meaning : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

Example : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

Synonyms : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া

Meaning : কথা আদিৰ আৰম্ভ কৰা

Example : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে

Synonyms : আৰম্ভ কৰা

Meaning : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা

Example : মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে

Synonyms : বাহিৰ কৰা

Meaning : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য

Example : চৰকাৰে নতুন ডাক টিকট উলিয়ালে

Meaning : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য

Example : নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে

Meaning : লৈ যোৱা

Example : বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে

Meaning : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা

Example : টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে

Synonyms : আৱিষ্কৃত কৰা

Meaning : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা

Example : তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে

Meaning : বাহিৰ কৰা

Example : তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে

Meaning : বিচাৰি সন্মুখত ৰখা কার্য

Example : পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে

Synonyms : হস্তগত কৰা

Meaning : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ

Example : এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল

Synonyms : আৱিষ্কাৰ কৰা