Subscribe
URL of the page has been copied to clipboard.
Meaning : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
Example : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
Synonyms : কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰ, লহৰী, হিল্লোল
Install App