Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন ব্যক্তিৰ উপেক্ষা কৰা হৈছে
Example : তেওঁ আজীৱন দুখীয়া তথা উপেক্ষিতৰ সেৱা নিয়োজিত হৈ আছে
Meaning : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
Example : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
Synonyms : অনাদৃত, অৱহেলিত, হেয়
Meaning : যিটো উপেক্ষা কৰিবৰ যোগ্য
Example : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
Synonyms : অনাদৃত, অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়
Meaning : যাক অপমান কৰা হৈছে
Example : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
Synonyms : অনাদৃত, অপমানিত, অৱহেলিত, নাকাল, লাঞ্ছিত
Meaning : যাক তিৰস্কাৰ কৰা হৈছে
Example : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে
Synonyms : অনাদৃত, তিৰস্কৃত
Install App