Subscribe
URL of the page has been copied to clipboard.
Meaning : উপায়ৰ অভাৱ
Example : উপায়হীন স্থিতিত সকলো ভাগ্যৰ ওপৰত এৰি দিয়াই উচিত হʼব
Meaning : যʼত কোনো বিকল্প নাথাকে বা বিকল্পৰ অভাৱ
Example : এই সমস্যাটোকলৈ মই নিৰুপায় হৈ পৰিলোঁ
Synonyms : নিৰুপায়, বিকল্পহীন
Meaning : যাৰ উপায় নাথাকে
Example : উপায়হীন সমস্যাক সামাধান কৰাৰ প্রয়াস ব্যর্থ হʼব
Install App