Subscribe
URL of the page has been copied to clipboard.
Meaning : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
Example : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
Synonyms : পথ, পন্থা, মার্গ, ্সাধন
Meaning : সন্মুখলৈ অহা দুটাতকৈ অধিক এনেকুৱা কথা বা কাম যাৰ ভিতৰত যিকোনো এটাকহে নিজৰ কাৰণে গ্রহণ কৰা হয়
Example : ৰোগীজনক বেলেগ হস্পিতেললৈ নিয়াৰ বাহিৰে কোনো উপায় নাছিল
Synonyms : বিপল্প
Meaning : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
Example :
Synonyms : চল, দাও, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
Install App