Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
Example : তেওঁ হনুমানৰ ভক্ত
Synonyms : ভকত, ভক্ত, সাধক, সেৱক
Meaning : যিজনে পূজা কৰে
Example : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
Synonyms : আৰাধক, পূজাৰী, ভক্ত
Meaning : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
Example : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
Synonyms : পূজাৰী, ভক্ত
Install App