Subscribe
URL of the page has been copied to clipboard.
Meaning : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
Example : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
Synonyms : ইতিকিং, উপহাস্যতা, ঠাট্টা, পেংলাই, পৰিহাস, ভেঙুচালি
Meaning : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
Example : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
Synonyms : পৰিহাস
Meaning : কাৰোবাক আমনি দিবলৈ, দুখী কৰিবলৈ বা তুচ্ছ আদি জ্ঞান কৰিবলৈ আওপকীয়াকৈ কোৱা কোনো কথা যি বিপৰীত ৰূপত উক্ত প্রকাৰৰ অভিপ্রায় প্রকাশ কৰে
Example : আজিকালিৰ নেতাই অন্য নেতাক উপহাস কৰাত পাকৈত
Synonyms : ঠাট্টা, ব্যংগ, ব্যঙ্গ
Install App