Meaning : ব্যৱহাৰ বা প্রয়োজনত অহা ভাব বা অৱস্থা
Example :
জনতাৰ উপযোগিতাৰ প্রতি লক্ষ্য ৰাখি সুলভ শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে
Meaning : কোনো বস্তুৰ মহত্ত্ব বা মানদণ্ডৰ বিচাৰ কৰা গুণ বিশেষ
Example :
সময়ৰ উপযোগিতাক বুজি নোপোৱাজনে পিছত পস্তাবলগীয়া হয়
Meaning : কামত অহা বা লগা যোগ্যতা
Example :
বস্তুৰ উপযোগিতা অনুযায়ীহে আমি ইয়াৰ চয়ন কৰোঁ