Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উপযুক্ত from অসমীয়া dictionary with examples, synonyms and antonyms.

উপযুক্ত   বিশেষণ

Meaning : যি কোনো কাম কৰিবৰ বাবে সমর্থ

Example : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

Synonyms : উচিত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

Meaning : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

Example :

Synonyms : উচিত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

Meaning : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত

Example : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে

Synonyms : উচিত, যোগ্য, সমুচিত

Meaning : যেনে হোৱা উচিত তেনেধৰণৰ

Example : এই কথাটো মোৰ উচিত যেন লগা নাই

Synonyms : উচিত, ঠিক, যোগ্য, সঠিক

Meaning : কিবা পোৱা বা লোৱাৰ যোগ্য

Example : তেওঁ ্মাৰ খোৱাৰ যোগ্য

Synonyms : যোগ্য