Meaning : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
Example :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
Synonyms : পোৱা
Meaning : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
Example :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
Synonyms : পোৱা
Meaning : অভিপ্রায় বা আশয় বুজি পোৱা
Example :
মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ