Meaning : যি অত্যাচাৰ কৰে
Example :
কংস এজন অত্যাচাৰী শাসক আছিল
Synonyms : অত্যাচাৰকাৰী, অত্যাচাৰী, অনাচাৰী, উৎপীড়ক, জুলুমবাজ
Meaning : যি উপদ্রৱ কৰে
Example :
তেওঁ এজন ্উৎপতীয়া ব্যক্তি
Synonyms : উপদ্রৱ কর্তা, উপদ্রৱী, উৎপতীয়া, বদমাচ