Subscribe
URL of the page has been copied to clipboard.
Meaning : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
Example : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
Synonyms : শিক্ষা
Meaning : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
Example : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
Synonyms : জ্ঞান, বুজনি, শিকনি, শিক্ষা
Install App