Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উপঢৌকন from অসমীয়া dictionary with examples, synonyms and antonyms.

উপঢৌকন   বিশেষ্য

Meaning : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন

Example : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে

Synonyms : উৎকোচ

Meaning : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য

Example : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়

Synonyms : পাৰিতোষিক, ভেটি

Meaning : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য

Example : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়