Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
Example : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
Synonyms : যতন, সঁজুলি, সাধন, হাতিয়াৰ, হাথিয়াৰ
Meaning : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
Example : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
Synonyms : সাধন, সামগ্রী
Install App