Subscribe
URL of the page has been copied to clipboard.
Meaning : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
Example : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
Synonyms : আমাশয়, পেট
Meaning : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
Example :
Synonyms : গর্ভ, জঠৰ, পেট
Meaning : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
Example : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
Synonyms : পেট
Install App