Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো নতুন বস্তু, কথা, শক্তি আদিৰ উদ্ভৱ হৈ সন্মুখলৈ অহা কার্য
Example : ১৯৭২ চনত স্বাধীন ৰাষ্ট্র হিচাপে বাংলাদেশৰ উদয় হৈছিল
Synonyms : অভ্যুদয়
Meaning : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
Example : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
Synonyms : অভ্যুদয়, অৱতাৰ, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, জন্ম
Install App