Meaning : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
Example :
ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
Synonyms : উদ্যোগী
Meaning : পৰিশ্রম কৰা ব্যক্তি
Example :
পৰিশ্রমীয়ে নিশ্চয় সফলতা লাভ কৰিব
Synonyms : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী
Meaning : প্রয়াস বা উদ্যম থকা ব্যক্তি
Example :
প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
Synonyms : উদ্যোগী
Meaning : যিজনে পৰিশ্রম কৰে:পৰিশ্রমী লোক সদায় সফল হয়
Example :
Synonyms : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী, ্ কর্মঠ
Meaning : যিটো উৎসাহেৰে ভৰি আছে
Example :
উদ্যমী ব্যক্তিয়ে যিকোনো কাম উৎসাহেৰে কৰিব পাৰে
Synonyms : উদ্যমপূর্ণ, উৎসাহী, ্উৎসাহপূর্ণ