Subscribe
URL of the page has been copied to clipboard.
Meaning : যি উদ্যমী নহয়
Example : উদ্যমহীন লোকৰ জীৱন কষ্টেৰে ভৰা
Synonyms : নিৰুদ্যমী, নিৰুৎসাহ, ভগ্নোদ্যম, হতোদ্যম
Meaning : যʼত উৎসাহ বা স্ফূর্তি নাই
Example : স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
Synonyms : অনুৎসাহী, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন
Install App