Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কোনো কাম বা কথাৰ বাবে উদ্বিগ্ন হয়
Example : উদ্বিগ্ন মানুহজনে মুক্তি পাবৰ বাবে আত্মহত্যা কৰিলে
Synonyms : আকুল, ব্যগ্র, ব্যাকুল
Meaning : যাৰ মন ব্যাকুল হৈছে বা যি বিমোৰত পৰিছে
Example : পৰীক্ষাত উদ্বিগ্ন ছাত্রসকলক শিক্ষকে বুজাই আছিল
Synonyms : ভাবিত
Install App