Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উদাৰ-মনা from অসমীয়া dictionary with examples, synonyms and antonyms.

উদাৰ-মনা   বিশেষণ

Meaning : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

Example : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

Synonyms : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে