Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ
Example : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে
Synonyms : উপমা, দৃষ্টান্ত
Meaning : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
Example : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
Synonyms : আর্হি, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন
Meaning : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
Example : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
Synonyms : দৃষ্টান্ত, নমুনা
Install App