Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উত্তৰ-পূৱ from অসমীয়া dictionary with examples, synonyms and antonyms.

উত্তৰ-পূৱ   বিশেষ্য

Meaning : উত্তৰ আৰু পূৱ দিশৰ কোণ

Example : উত্তৰ-পূৱফালৰ পৰা জোৰকৈ বতাহ বলাৰ পিছত হুৰহুৰকৈ এজাক বৰষুণ আহিল

Synonyms : ঈশান, ঈশান কোণ, উত্তৰ পূব, উত্তৰ পূৱ কোণ, উত্তৰ পূৱ দিশ, পূর্বোত্তৰ

উত্তৰ-পূৱ   বিশেষণ

Meaning : উত্তৰ-পূর্বৰ ্বা উত্তৰ-পূর্ব সম্বন্ধী

Example : ভাৰতৰ উত্তৰ-পূৱ অঞ্চলত ভীষণ ঠাণ্ডা পৰিছে