Subscribe
URL of the page has been copied to clipboard.
Meaning : উষ্ণতা বা তাপ থকা
Example : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
Synonyms : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উষ্ণ, গৰম, তপত, তপ্ত, তাপময়, তাপযুক্ত
Meaning : তপত কৰা বা জ্বলোৱা
Example : উত্তাপিত সোণ সম্পূর্ণ বিশুদ্ধ হয়
Meaning : যাক গৰম কৰা হৈছে
Example : উত্তপ্ত বাচনটোক স্পর্শ কৰোতেই হাত পুৰি গʼল
Synonyms : উত্তপ্ত, তপ্ত
Install App