Subscribe
URL of the page has been copied to clipboard.
Meaning : যি খুউব ভাল
Example : ৰামচৰিত মানস সন্ত তুলসীদাসৰ উত্তম কৃতি
Synonyms : অনন্য, অনবদ্য, উৎকৃষ্ট, প্রকৃষ্ট, শ্রেষ্ঠ, সর্ব্বোত্তম
Meaning : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়
Example : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই
Synonyms : ভাল, সৎ
Install App