Meaning : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
Example :
ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
Meaning : কিছু সময় ওপৰলৈ ধৰি থকা
Example :
তেওঁ ্বোজাটো মূৰত উঠালে
Meaning : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
Example :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
Synonyms : উঠাই দিয়া
Meaning : (সংগীত) স্বৰ তীব্র কৰা
Example :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
Synonyms : তোলা
Meaning : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
Example :
তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
Meaning : স্থান ত্যাগ কৰা
Example :
তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
Meaning : কাৰোবাক অধিক গুৰুত্ব দিয়া
Example :
মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
Meaning : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
Example :
দেউতাই মোক ঝুলনাত উঠালে
Meaning : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
Example :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
Synonyms : বহুওৱা
Meaning : উঠিবলৈ প্ৰবৃত্ত কৰা
Example :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
Synonyms : উঠাই দিয়া
Meaning : বহী, কাগজ আদিত লিখা
Example :
মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
Synonyms : উঠাই থোৱা