Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উঠোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

উঠোৱা   ক্ৰিয়া

Meaning : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া

Example : ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে

Meaning : কিছু সময় ওপৰলৈ ধৰি থকা

Example : তেওঁ ্বোজাটো মূৰত উঠালে

Meaning : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা

Example : তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে

Synonyms : উঠাই দিয়া

Meaning : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

Example : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

Synonyms : গঁথ্া, বনোৱা, সজা, সাজি থকা

Meaning : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

Example : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

Synonyms : জগোৱা

Meaning : ঘৰ বা দেৱাল আদি বনোৱা

Example : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

Synonyms : বনোৱা, সজা

Meaning : (সংগীত) স্বৰ তীব্র কৰা

Example : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

Synonyms : তোলা

Meaning : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা

Example : তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়

Meaning : স্থান ত্যাগ কৰা

Example : তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে

Meaning : কাৰোবাক অধিক গুৰুত্ব দিয়া

Example : মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে

Meaning : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা

Example : দেউতাই মোক ঝুলনাত উঠালে

Meaning : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

Example : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

Synonyms : বহুওৱা

Meaning : তলৰ পৰা ওপৰলৈ অনা কার্য

Example : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

Synonyms : উঠা

Meaning : উঠিবলৈ প্ৰবৃত্ত কৰা

Example : চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে

Synonyms : উঠাই দিয়া

Meaning : বহী, কাগজ আদিত লিখা

Example : মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে

Synonyms : উঠাই থোৱা