Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উঠা from অসমীয়া dictionary with examples, synonyms and antonyms.

উঠা   ক্ৰিয়া

Meaning : উৎপন্ন হোৱা

Example : যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে

Synonyms : অহা

Meaning : কাম-বন শেষ হোৱা

Example : সভাখন উঠি গʼল বজাৰ উঠি গʼল

Synonyms : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা

Meaning : কোনো বাহনত উঠা ???

Example : ৰজতে ঘোঁৰাত উঠিলে

Synonyms : আৰোহণ কৰা

Meaning : হিচাপত অহা বা সোমোৱা এক অৱস্থা

Example : এক কিলোত মাত্র পাঁচটা আম উঠিল

Meaning : তলৰ পৰা ওপৰৰফালে যোৱা

Example : ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে

Synonyms : বগোৱা

Meaning : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে

Example :

Synonyms : থিয় হোৱা

Meaning : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি

Example : পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে

Synonyms : ওখ হোৱা

Meaning : কোনো চিহ্ন আদি ওলাই অহা

Example : অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে

Meaning : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য

Example : কালিৰ পৰা গাইজনী জাগিছে

Synonyms : জাগা

Meaning : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া

Example : নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে

Meaning : মনলৈ অহা বা ধ্যানত উদয় হোৱা

Example : মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?

Meaning : টোপনিৰ পৰা উঠা কার্য

Example : পুৱা পঁাচ বজাতেই সি শুই উঠিল কোর্হাল শুনি ্ কেঁচুৱাটোৱে সাৰ পালে

Synonyms : জগা, শুই উঠা, সাৰ পোৱা

Meaning : ওপৰলৈ যোৱা বা বগোৱা

Example : সূর্য ্লাহে-লাহে উঠি আছে

Meaning : তলৰ পৰা ওপৰলৈ অনা কার্য

Example : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

Synonyms : উঠোৱা

Meaning : বেয়া প্রভাৱ পৰা

Example : সাপে খুটাৰ কাৰণে গোটেই গাটোত বিষ উঠিল

Synonyms : অহা

উঠা   বিশেষণ

Meaning : সামান্যভাৱে উঠা বা উফন্দি থকা

Example : খেতি পথাৰৰ উঠা অংশখিনি খান্দি সমতল কৰা হʼল

Synonyms : উঠঙা, উফন্দা