Meaning : উৎপন্ন হোৱা
Example :
যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে
Synonyms : অহা
Meaning : কাম-বন শেষ হোৱা
Example :
সভাখন উঠি গʼল বজাৰ উঠি গʼল
Synonyms : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা
Meaning : হিচাপত অহা বা সোমোৱা এক অৱস্থা
Example :
এক কিলোত মাত্র পাঁচটা আম উঠিল
Meaning : তলৰ পৰা ওপৰৰফালে যোৱা
Example :
ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে
Synonyms : বগোৱা
Meaning : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে
Example :
Synonyms : থিয় হোৱা
Meaning : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি
Example :
পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে
Synonyms : ওখ হোৱা
Meaning : কোনো চিহ্ন আদি ওলাই অহা
Example :
অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে
Meaning : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
Example :
কালিৰ পৰা গাইজনী জাগিছে
Synonyms : জাগা
Meaning : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া
Example :
নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে
Meaning : মনলৈ অহা বা ধ্যানত উদয় হোৱা
Example :
মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?
Meaning : ওপৰলৈ যোৱা বা বগোৱা
Example :
সূর্য ্লাহে-লাহে উঠি আছে