Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উটি-ভাহি যোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

উটি-ভাহি যোৱা   ক্ৰিয়া

Meaning : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা

Example : বানপানীত কিমান যে পশু উটি গৈছে

Synonyms : উটা, উটি যোৱা, ওপঙা, বৈ যোৱা, ভহা, ভাসমান হোৱা, ভাহি যোৱা