Subscribe
URL of the page has been copied to clipboard.
Meaning : উটৰ মতা
Example : তেওঁ ্ মতা উটটো বেচি এজনী মাইকী উট কিনিলে
Synonyms : মতা উট
Meaning : মৰুভূমি অঞ্চলত পোৱা বোজা কঢ়িওৱা আৰু যাতায়াতৰ কামত সহায় হোৱা এবিধ চাৰিঠেঙীয়া কুঁজ্ থকা প্রাণী:উটক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়
Example :
Synonyms : উষ্ট্র, কণ্টকভুক্, বক্রগ্রীৱ, মহাগ্রীৱ, মৰুতৰণী, মৰুপ্রিয়, শৰভ
Install App