Subscribe
URL of the page has been copied to clipboard.
Meaning : সমূলি নষ্ট কৰা কার্য ্বা শিপাৰে সৈতে উঘলা কার্য
Example : মালীয়ে বাগিছাৰ অদৰকাৰী উদ্ভিদবোৰ উচ্ছেদ কৰি আছে
Synonyms : উচ্ছেদন, উৎখাত, সমুচ্ছেদ, সমুচ্ছেদন
Meaning : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
Example : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
Synonyms : ক্ষয়, নিপাত, বিলোপ, লোপ
Install App