Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উচ্চতা from অসমীয়া dictionary with examples, synonyms and antonyms.

উচ্চতা   বিশেষ্য

Meaning : যি স্থান ওখ হৈ গৈছে

Example : উচ্চতাত বাহন লাহেকৈ চলাব

Meaning : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ

Example :

Synonyms : ওখ, দীঘ, দীর্ঘতা, দৈর্ঘ্য

Meaning : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব

Example : উৰাজাহাজখন বহুত ওপৰত উৰি আছে

Synonyms : ওপৰ