Meaning : বিশ্বাস আদি ভাৱনাবোৰ স্থিৰ হৈ নথকা
Example :
এনেকুৱা পৰিস্থিত লʼৰাবোৰৰ আত্মবিশ্বাসত উগুল-থুগুল লাগে
Synonyms : অস্থিৰ হোৱা
Meaning : কাৰোবাৰ মনত কোনো কথাৰ ইচ্ছা বা উৎকণ্ঠা জগোৱা
Example :
দাদা বিদেশৰ পৰা উভতি অহাৰ খবৰ শুনি নবৌৰ মনটো উগুল-থুগুল লাগিল