Subscribe
URL of the page has been copied to clipboard.
Meaning : সৰু জলাশয়
Example : এইটো গৰম পানীৰ ্উঁহ
Synonyms : কুণ্ড
Meaning : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
Example : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
Synonyms : গুৰি, বুনিয়াদ, ভেটি
Meaning : যʼত পানী থাকে বা যʼত পানী পোৱা যায়
Example : গৰমৰ দিনত বহুতো জল-উৎস শুকাই যায়
Synonyms : উহ, জল-উঁহ, জল-উৎস, পানীৰ উৎস, পানীৰ পুং, পানীৰ ্উঁহ, পুং, প্রস্রৱণ
Install App