Subscribe
URL of the page has been copied to clipboard.
Meaning : ইৰাক দেশৰ নিবাসী ব্যক্তি
Example : ভালেমান ইৰাকী মোৰ ভাল বন্ধু
Synonyms : ইৰাক বাসী, ইৰাক-বাসী, ইৰাকবাসী
Meaning : ইৰাক দেশৰ সৈতে সম্পর্কযুক্ত বা ইৰাক দেশৰ
Example : ইমদ নামৰ এজন ইৰাকী ছাত্রই আমাৰ গুৰুদেৱৰ মার্গ দর্শনত নিজৰ সংশোধন কার্য সমাপন কৰিলে
Install App