Meaning : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
Example :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
Synonyms : ইন্দ্র-জাল, চমৎকাৰ, মায়া জাল, মায়া-জাল, যাদু
Meaning : ভেল্কীবাজিৰ কাম
Example :
তেওঁৰ ভেল্কীবাজি চোৱাত সকলো মছগুল আছিল
Synonyms : টাটক-নাটক, ভেলেকিবাজি, ভেল্কীবাজি