Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ইন্দিবৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

ইন্দিবৰ   বিশেষ্য

Meaning : সুন্দৰ ফুলৰ কাৰণে প্রসিদ্ধ পানীত উৎপন্ন হোৱা এবিধ উদ্ভিদ

Example : লʼৰা-ছোৱালীবোৰে খেলা কৰি কৰি সৰোবৰৰ পদুমবোৰ উঘালি আছে

Synonyms : অব্জ, অম্বুজ, অম্ভোজ, অৰবিন্দ, উৎপল, কমল, কমলিনী, কহ্লাৰ, কুবলয়, কুমুদ, কুমুদী, কুৱলয়, কৈৰব, নলিন, নলিনী, নীৰজ, পংকজ, পঙ্কজ, পদুম, পদ্ম, পদ্মিনী, পুণ্ডৰীক, পুষ্কৰ, শতদল, সলিলজ, সৰসিজ, সৰোজ, সৰোৰুহ, ্শ্রীপর্ণ, ৰাজীৱ

Meaning : নীলা ৰঙৰ পদুম ফুল

Example : এই পুখুৰীটোত নীলকমল বহুত আছে

Synonyms : নীলকমল, নীলপদ্ম, নীলোৎপল, ৰাজীৱ