Meaning : ইটালীৰ অধিবাসী
Example :
সেই ইটালিয়ানজনে গাঁওবাসীৰ ফটো তুলিলে
Synonyms : ইটালী বাসী, ইটালী-বাসী, ইটালীবাসী
Meaning : ইটালীৰ বা ইটালীৰ সৈতে সম্বন্ধ থকা
Example :
ইটালিয়ান পৰিব্রাজক মার্কো পʼলʼই এছিয়াৰ অন্বেষণ কৰিছিল