Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ইচ্ছাৰে পূর্ণ ্বা যাৰ বহুত ইচ্ছা আছে
Example : পৌৰাণিক যুগত ইচ্ছুক অসুৰে নিজৰ ইচ্ছাপূৰণৰ কাৰণে ভগৱান শিৱৰ আৰাধনা কৰিছিল
Synonyms : অভিলাষী, আকাংক্ষী, আকাংঙ্খী
Meaning : যি কোনো বস্তু আদি পাবলৈ ইচ্ছা কৰে
Example : ৰাম এই কিতাপখন লʼবৰ কাৰণে ইচ্ছুক
Synonyms : অভিলাষী, আকাংক্ষী
Install App