Meaning : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
Example :
মোৰ কিবা খাবৰ মন গৈছে
Synonyms : অভিলাষ কৰা, ইচ্ছা যোৱা, বিচৰা, মন যোৱা
Meaning : কোনো বস্তু বা কামৰ প্রতি হোৱা ইচ্ছা
Example :
পহৰাদাৰজনে ঘৰলৈ যাবলৈ ইচ্ছা কৰিছে
Synonyms : কামনা কৰা, প্রত্যাশা কৰা, মন কৰা