Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
Example : তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
Synonyms : ইংৰাজী, ইংৰাজী ভাষা
Meaning : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
Example : আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
Synonyms : ইংৰাজী
Install App