Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রথমতে কোনোৱে ভাবি নোপোৱা বা নবনোৱা কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰ কৰি উলিওৱা কার্য
Example : কম্পিউটাৰৰ আৱিষ্কাৰে সমাজলৈ আমূল পৰিৱ্্র্তন আনিলে
Synonyms : উদ্ভাৱন
Meaning : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
Example : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
Synonyms : খোজ, সন্ধান
Install App