Subscribe
URL of the page has been copied to clipboard.
Meaning : আৰৱৰ ভাষা
Example : এই কিতাপখন আৰৱীত লিখা আছে
Synonyms : আৰৱী ভাষা, আৰৱী-ভাষা
Meaning : আৰৱ দেশৰ অধিবাসী
Example : ভালেমান আৰৱী মোৰ ভাল বন্ধু
Synonyms : আৰৱ বাসী, আৰৱ-বাসী, আৰৱবাসী
Meaning : যি লিপিত আৰৱী আদি ভাষা লিখা হয়
Example : তেওঁ আৰৱী পঢ়িবলৈ শিকিলে
Synonyms : আৰৱী লিপি
Meaning : আৰৱৰ
Example : এই হোটেলখনত আৰৱী ব্যঞ্জনৰ সোৱাদ লʼব পাৰিব
Install App