Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে
Example :
Synonyms : অৱকাশ, অৱসৰ, আজৰি, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, শান্তি, সুখ
Meaning : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
Example : ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
Synonyms : শান্তি
Install App