Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আৰম্ভণি from অসমীয়া dictionary with examples, synonyms and antonyms.

আৰম্ভণি   বিশেষ্য

Meaning : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ

Example : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়

Synonyms : আদি, আৰম্ভ, প্রাৰম্ভ, শুভাৰম্ভ

Meaning : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

Example : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

Synonyms : আৰম্ভ, আৰম্ভণ, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

Meaning : * প্রস্তাৱনা, পৰিচয় আদিৰ প্রাৰম্ভিক ভাগ

Example : আৰম্ভণিত মূল বিষয়ৰ ্বর্ণন আছে

Meaning : * দবা খেলৰ আৰম্ভণিতে গুটিবোৰ চলাৰ এটা স্বীকৃত ক্রম

Example : আৰম্ভণিৰ পিছত দবা খেলুৱৈ সকলে বহুত ভাবি-চিন্তি গুটি চলাবলৈ ধৰিলে

Synonyms : অʼপেনিং, চেচৰ অʼপেনিং