Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আৰম্ভ হোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

আৰম্ভ হোৱা   ক্ৰিয়া

Meaning : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা

Example : ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল

Meaning : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা

Example : আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে

Synonyms : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ