Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আৰম্ভ কৰা- from অসমীয়া dictionary with examples, synonyms and antonyms.

আৰম্ভ কৰা-   বিশেষণ

Meaning : যাৰ আৰম্ভ হৈছে বা যি চলি আছে

Example : কিছুমান অসুবিধাৰ কাৰণে আৰম্ভ কৰা কামটো মাজতে বন্ধ কৰিব লগা হʼল

Synonyms : আৰম্ভক, আৰম্ভকাৰী, আৰম্ভণী, আৰম্ভণীয়, প্রাৰম্ভিক