Subscribe
URL of the page has been copied to clipboard.
Meaning : জনসাধাৰণৰ জীৱন আৰু সামগ্রীৰ ৰক্ষাৰ কাৰণে থকা বিভাগ, দল বা সংস্থা
Example : তেওঁক ধৰিবৰ কাৰণে পুলিচ আহিছে
Synonyms : আৰক্ষী বাহিনী, আৰক্ষী-বাহিনী, পুলিচ
Meaning : প্রজাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত নিয়োজিত ব্যক্তি বা বিষয়া
Example : পুলিচজনে দৌৰি দৌৰি চোৰটোক ধৰিলে
Synonyms : চিপাহী, পুলিচ
Install App